কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ দুই অৱসৰপ্রাপ্ত সেনা জোৱানৰ মহানতা!
Автор: Pratidin Time
Загружено: 2026-01-01
Просмотров: 2571
কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ দুই অৱসৰপ্রাপ্ত সেনা জোৱানৰ মহানতা! দুয়োৰে নেতৃত্বত ঠন ধৰি উঠা আছাম ফিজিকেল একাডেমীয়ে আশাৰ বাট দেখুবাইছে যুৱক-যুৱতীৰ বাবে। দুয়ো উত্তৰ-পূবৰ বহু যুৱক-যুৱতীক সাজু কৰি তুলিছে অসম আৰক্ষী, সেনা বা অগ্নিবীৰত নিযুক্তি পোৱাৰ বাবে।
#pratidintime #assamnews #kokrajhar
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: