নিৰ্বাচনৰ পূৰ্বে PMAYৰ ঘৰ পাবলগীয়া আৰু কোনো ৱেটিং লিষ্ট নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ...
Автор: Pratidin Time
Загружено: 2025-12-09
Просмотров: 43390
ৰাজ্যজুৰি আজি PMAYৰ অধীনত প্ৰায় চাৰে তিনি লাখ হিতাধিকাৰীক একেদিনাই প্ৰদান কৰা হ’ল একোটাকৈ পকীঘৰৰ অনুমোদন পত্ৰ। বকোত অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে PMAYৰ ঘৰ পাবলগীয়া আৰু কোনো ৱেটিং লিষ্ট নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
#PratidinTime #AssamNews #HimantaBiswaSarma
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: