কাইলৈ CJM আদালতত জুবিন গাৰ্গ হত্যাৰ প্ৰথমটো শুনানি
Автор: NKTV PLUS
Загружено: 2025-12-15
Просмотров: 1316
কাইলৈ CJM আদালতত জুবিন গাৰ্গ হত্যাৰ প্ৰথমটো শুনানি। মঙলবাৰে পুৱাই ৭ অভিযুক্তক আদালতত হাজিৰ কৰাৰ সম্ভাৱনা। সম্প্ৰতি ন্যায়িক জিম্মাত কাৰাবন্দী হৈ আছে ৭ অভিযুক্ত। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: