১৪ বছৰে শয্যাগত ৰোগীয়া সন্তানক লৈ দিন পাৰ কৰিছে গোলাঘাটৰ এটা পৰিয়ালে, প্ৰয়োজন সহায়ৰ
Автор: News Live
Загружено: 2025-11-25
Просмотров: 11885
📌জন্মৰ ১২ দিনৰ পৰাই শয্যাগত এটি শিশু। ১৪ বছৰে শয্যাগত ৰোগীয়া সন্তানক লৈ দিন পাৰ কৰিছে গোলাঘাটৰ এটা পৰিয়ালে। এই পৰ্যন্ত সন্তানৰ চিকিৎসা কৰি সৰ্বস্বান্ত পৰিয়ালটোক এতিয়া শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন কেইবালাখ টকা। সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰাৰ্থনা মাতৃ আৰু আইতাকৰ।
📌সহায় কৰক A/C 1783810106481, IFSC-PUNB0178320
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: