বিষাদ যোগ (PART - 3) PLEASE SUBSCRIBE
Автор: Sasangka Gogoi
Загружено: 2024-11-07
Просмотров: 2351
জয় গুৰু শংকৰ। গোবিন্দ মিশ্ৰ বিৰচিত শ্ৰীকৃষ্ণ গীতা ভাগি পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব। বৰ্তমান সময়ত জগত খনত হত্যা হিংসা বোৰ দূৰ হক আৰু জগতৰ কল্যাণ হওক তাকে কামনা কৰিছোঁ।
আমাৰ ভিদিঅ সমূহ চাই যদি অলপো মনত শান্তিৰ ভাব জাগ্ৰথৈ তেনে এটি like নিশ্চয় কৰিব।আপোনালোকৰ like, comment , subscribe য়ে আমাক আগবাঢ়ি যোৱাত বহুত অনুপ্ৰেৰণা যোগায়।
আমাৰ অনিচ্ছাকৃত ভাৱে ৰৈ যোৱা ভুল বোৰ ক্ষমা কৰিব। কৃষ্ণ।
#assamese
#song
#assam
#assamesebhagwatpath
#jubeengarg
#podmakakoti
#gangaghat
#india
#prayer
#krishna
#krishnamoni nath
#onemillion
#views
#sivan
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: