TEAM STUNT INFECTED - A PROFESSIONAL STUNT TEAM FROM GUWAHATI || BIKE STUNT IN A SAFE ENVIRONMENT ||
Автор: AXOMIYA ON WHEELS
Загружено: 2021-03-23
Просмотров: 2693
বন্ধুসকল, MOTORCYCLE STUNT RIDING বৰ্তমান সময়ত নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হব ধৰা এটা MOTOR SPORT. কিন্ত্ত এই STUNT RIDING ক সমাজত এক বেয়া চকুৰে চোৱা যাই, কাৰণ বহুতো YOUNGSTERS এ এই খেলবিধক ৰাস্তাৰ মাজত প্ৰদৰ্শন কৰি নিজৰ লগতে অনৰো জীৱন বিপদত পেলাই। কিন্তু আজি মই আপোনালোকলৈ আমাৰ GUWAHATI ৰে এটা PROFESSIONAL STUNT TEAM লৈ আহিছোঁ। এই TEAM তুৱে বিগত 10 বছৰ ধৰি এটা SAFE ENVIRONMENT ৰ মাজত থাকি এই MOTORCYCLE STUNT RIDING PERFORM কৰি আহিছে। গতিকে আজিৰ এই VIDEO টোত আপোনালোকে দেখা পাব কিছুমান খুব মজাৰ মটৰচাইকেল STUNT। গতিকে video টো শেষলৈকে চাব যাতে BIKE ৰ MODIFICATION আৰু SAFETY PRECAUTION ৰ IMPORTANT কথাখিনি MISS নকৰে।
আশাকৰোঁ, আপোনালোকে VIDEO টো চাই ভাল পাব। আৰু যদি চাই ভাল পাই তেনেহলে VIDEO টো LIKE, COMMENT আৰু SHARE নিশ্চয় কৰিব। ধন্যবাদ।
মোৰ FB PAGE: / axomiya-on-wheels-107996710913127
মোৰ IG: https://www.instagram.com/jyoti_aow/?...
STUNTS PERFORMED BY MEMBERS OF 'TEAM STUNT INFECTED'
STUNT RIDERS-
1. MR. LAWRENCE BHUYAN
(FOUNDER, TEAM STUNT INFECTED) - IG - https://instagram.com/lawstuntinfecte...
2. MR. ANKUR - IG - https://instagram.com/ankustuntinfect...
Videography - Ankush Das - IG - https://instagram.com/the_beast_boy69...
#axomiyaonwheels #teamstuntinfected #ktm #ktmindia #ktmlover #ktmsixmile #ktmduke200 #ktmchandmari #ktmgorchuk #stoppie #stoppiesunday #sundaystuntday #stuntcity #stuntrider #guwahatiplus #instamoto #stunting #axor #axorhelmets #wheeliewednesday #wheelies #ktmofficial #ktmduke #axomiya #assam #autoreview
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: