'অচিনাকী'ৰ প্ৰসংগ লৈ উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ।
Автор: NB News
Загружено: 2025-12-27
Просмотров: 846
'উজনিৰ পৰা নামনিলৈ 'অচিনাকী'ৰ আগ্ৰাসন। কোনে বাজেয়াপ্ত কৰিছে ফ্লাই অভাৰ, ওলা-উবেৰ? গাড়ীখন চলাবলৈ, খেতি কৰিবলৈ, মাটি বিক্ৰী কৰিবলৈ সকলোতে কেৱল 'অচিনাকী'। প্ৰতিটো দিনতেই আমি দূৰ্বল হৈ অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছো।' 'অচিনাকী'ৰ প্ৰসংগ লৈ উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: