একেটা দিনতে অসমলৈ আহিছে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং
Автор: Pratidin Time
Загружено: 2025-12-26
Просмотров: 8250
বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় দল বিজেপিয়ে। ৰণকৌশল প্ৰস্তুতৰ বাবে ক্ৰমান্বয়ে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকল ৰাওনা হৈছে অসমলৈ। একেটা দিনতে অসমলৈ আহিছে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং। মিত্ৰতা প্ৰসংগত ৰাজীৱ ভৱনত কি ক’লে জীতেন্দ্ৰ সিঙে। মুখ্যমন্ত্ৰীয়ে কোৱা কংগ্ৰেছৰ টিকটকেন্দ্ৰিক ধন লেন-দেনৰ প্ৰসংগত কি মন্তব্য কৰিলে জীতেন্দ্ৰ সিঙে।
#pratidintime #congress #assamnews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: