নৱৰাত্ৰি কি? নৱদুৰ্গা কোন হয়? দুৰ্গা পূজা। Durga Puja। Mahishasur.
Автор: Kakati Creation
Загружено: 2023-10-14
Просмотров: 5569
Title 👉 নৱৰাত্ৰি কি? নৱদুৰ্গা কোন হয়? দুৰ্গা পূজা। Durga Puja। Mahishasur.
দুৰ্গা পূজাৰ আৰম্ভণিৰ পৰা শেষলৈ নটা দিনক নৱৰাত্ৰি বুলি কোৱা হয়। নৱৰাত্ৰিৰ নটা দিনত দুৰ্গা দেৱীৰ নটা ভিন ভিন ৰূপৰ পূজা কৰা হ'য়। আৰু ন দিনত পূজা কৰা দুৰ্গা দেৱীৰ এই নটা ৰূপক নৱদুৰ্গা বুলি কোৱা হয় । আজি এই নৱদুৰ্গাৰ বিষয়েই কিছু কথা কবলৈ লৈছো।
নৱৰাত্ৰিৰ নটা দিনত পূজা কৰা এই নটা ভিন্ন ৰূপৰ নাম কি কি? নৱৰাত্ৰিৰ কোন দিনা, কোন দেৱীৰ পূজা কৰা হয়? দৈত্য মহিষাসুৰক দুৰ্গা দেৱীৰ কোনটো শক্তি ৰূপে বধ কৰিছিল?
Your Queries -
নৱৰাত্ৰি কি
নৱদুৰ্গা কোন হয়
দুৰ্গা পূজা
Durga Puja
Mahishasur
মহালয়া কি
মহিষাসুৰ বধ
কাকতি চেনেল
ভক্তি ৰস
আধ্যাত্মিক তত্ত্ব
ভক্তি তত্ত্ব
কাকতি ক্ৰিয়েচন
Kakoti Creation
kakati creation
kakati channel
পৌৰাণিক কাহিনী
কৰ্ম আৰু কৰ্মফল
---------------------------------
বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ YouTubeৰ পৰা লোৱা হৈছে, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।
Video content 👉
এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ।
Music 👉 Morning flute song
.........................................
Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉
👉 কৰ্ম অনুসৰি পৰৱৰ্তী জন্ম
• কৰ্ম অনুসৰি পৰৱৰ্তী জন্ম। কি পাপৰ বাবে কি ...
👉 ভগৱান শিৱৰ লিঙ্গ কিয় কটা গৈছিল
• ভগৱান শিৱৰ লিঙ্গ কিয় কটা গৈছিল? শিৱলিঙ্গ ...
👉 চাৰি প্ৰকাৰৰ ভক্ত কোন হয়
• চাৰি প্ৰকাৰৰ ভক্ত কোন হয়? শ্ৰীকৃষ্ণৰ মতে ...
---------------------------------
#নৱৰাত্ৰি_কি
#নৱদুৰ্গা_কোন_হয়
#দুৰ্গা_পূজা
#Durga_Puja
#Mahishasur
#মহালয়া_কি
#মহিষাসুৰ_বধ
#কাকতি_ক্ৰিয়েচন
#কাকতি_চেনেল
#Kakoti_Creation
#Kakati_Creation
#Kakati_Channel
#আধ্যাত্মিক_তত্ত্ব
#ভক্তি_তত্ত্ব
#ভক্তি_ৰস
#পৌৰাণিক_কাহিনী
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: