এগৰাকীৰ পিছত আন এগৰাকী বলিউডৰ জনপ্ৰিয় কণ্ঠিশল্পীয়ে প্ৰশংসাৰে উপচাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
Автор: Pratidin Time
Загружено: 2025-12-15
Просмотров: 30419
‘মই বলিউডলৈ নাযাওঁ, বলিউডে মোক বিচাৰি আহিব’। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কোৱা এই কথাষাৰ এতিয়া যেন স্পষ্ট হ’ল। এগৰাকীৰ পিছত আন এগৰাকী বলিউডৰ জনপ্ৰিয় কণ্ঠিশল্পীয়ে প্ৰশংসাৰে উপচাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। অসমৰ মাটিত ভৰি থৈয়ে প্ৰথমে বিচাৰিছে জুবিন গাৰ্গৰ সত্ত্বা। প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা মায়াবিনী গীত আওৰাইছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে।
#pratidintime #assamnews #assam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: