Tuntun Konman Aha (টুনটুন কণমান আহা) OST : Smritir Parash, 1956
Автор: Trending Now Media
Загружено: 2014-11-22
Просмотров: 4703
Music: Brajen Barua
Lyrics : Keshav Mahanta
Artists : Nani Kakati, Ramen Barua, Bibha Barua & others
টুনটুন, কণমান আহা, সোণকন, পোনাকণ আহা
টুনীকন, বন্তি, মনুকণ ভণ্টি, আহা অ’ ৰুণুমা
আমি সুৰুযৰ দেশলৈ পোহৰ বিচাৰি যাওঁ
আমি যাওঁ দলে দলে, আমি যাওঁ সমদলে
আমি অকণি এধানি মৰতৰ পাৰিজাত
আমি মৰতত মৰমৰ কাৰেং সাজিম বুলি
পোহৰ বিচাৰি যাওঁ
সৌ পূৱৰ দুৰণিত কিহৰ জিলিঙনি
বেলিৰে ৰেঙণি নে?
আমাৰ কুমলীয়া, মন উৰণীয়া
তাৰে বোল সানি লম নে?
ব’লা তেনে ন সুৰুযৰ ৰং কাঢ়ি লৈ
আমাৰ এধানি মন বোলাওগৈ
আমি পোহৰৰ জয়গান গাওঁ
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: