কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমিপূজন অনুষ্ঠানৰ পৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ
Автор: Pratidin Time
Загружено: 2026-01-18
Просмотров: 886
কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমিপূজন অনুষ্ঠানৰ পৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ। পাকিস্তানী এজেণ্ট আৰু অচিনাকিৰ প্ৰসংগৰে সৰৱ মুখ্যমন্ত্ৰী। কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত উন্নয়নে অধিক গতি পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আগন্তুক নিৰ্বাচনত পুনৰ বিজেপিক ভোট দিয়াৰ আহ্বান কলিয়াবৰৰ জনসভাৰ পৰা।
#pratidintime #assamnews #assam #kaziranganationalpark #himantabiswasarma
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: