Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 4

Автор: Pratidin Time

Загружено: 2025-12-06

Просмотров: 486

Описание:

সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে বৰ অসমৰ সপোন আছিল জুবিনৰ
প্রতিটো জনগোষ্ঠীয় ভাষাতেই গীত গাইছিল প্রাণৰ শিল্পীগৰাকীয়ে
কি মিচিং, কি কাৰ্বি, কি তিৱা, কি ডিমাছা, কি বড়ো, কি আদিবাসী, কি চাওতালী...
সকলো জনগোষ্ঠীয় ভাষাৰ গীততেই প্রাণ পাইছিল জুবিনৰ কণ্ঠই
বিভিন্ন জনগোষ্ঠীৰ নতুন শিল্পীক মঞ্চ দিছিল জুবিন গাৰ্গে
ৰাইজৰ আগত চিনাকি কৰাই দিছিল বহু ন-পুৰণি প্রতিভাক
জুবিনৰ ইচ্ছা আছিল মৃত্যুৰ দিনা ‘পাঞ্চুনা’ গাব পাঞ্চুনা ৰাভাই
মাজুলীত দুখ পোৱা ছোৱালীজনী কোন– ক’ব তৰুলতা কুটুমে
জুবিনক সুঁৱৰি তৰুলতা কুটুম, ড০ বুলুমণি ৰাভা ওৰফে পাঞ্চুনা ৰাভা আজি একেলগে
ৰাভা লোকসংগীতৰ প্রতি কিয় দুৰ্বলতা আছিল জুবিনৰ?
মাজনিশা ষ্টুডিঅ’লৈ মাতি ঐনিতম গাবলৈ দিছিল তৰুলতাক
‘অভিমত’ৰ অনুষ্ঠানত কিয় হুকহুকাই কান্দি উঠিল পাঞ্চুনা ৰাভা?
পাঞ্চুনাৰ কান্দোনত ৰ’ব নোৱাৰি উচুপি উঠিল তৰুলতাও
দৰ্শকৰ অনুৰোধত আজি সেই বিশেষ অনুষ্ঠানটোৰ পুনৰ সম্প্রচাৰ
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 4 #PratidinTimeLIVE

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 4

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 5 #PratidinTimeLIVE

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 5 #PratidinTimeLIVE

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 1 #PratidinTimeLIVE

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 1 #PratidinTimeLIVE

'মই চতুৰ্থ শ্ৰেণীত ৪বাৰ ফেইল কৰিছিলোঁ, অষ্টম শ্ৰেণীলৈহে পঢ়িলোঁ, বিদ্যালয়ৰ চকীদাৰৰ চাকৰি কৰিছিলোঁ...'

'মই চতুৰ্থ শ্ৰেণীত ৪বাৰ ফেইল কৰিছিলোঁ, অষ্টম শ্ৰেণীলৈহে পঢ়িলোঁ, বিদ্যালয়ৰ চকীদাৰৰ চাকৰি কৰিছিলোঁ...'

জুবিনক সুঁৱৰি তৰুলতা কুটুম আৰু পাঞ্চুনা ৰাভা আজি একেলগে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

জুবিনক সুঁৱৰি তৰুলতা কুটুম আৰু পাঞ্চুনা ৰাভা আজি একেলগে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

দুদিনীয়া বৰাক ভ্ৰমণ সামৰি আজি ৰাজধানীলৈ উভতিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

দুদিনীয়া বৰাক ভ্ৰমণ সামৰি আজি ৰাজধানীলৈ উভতিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

আজি ঋতৃষা আৰু শতাব্দীৰ কণ্ঠত জুবিন গাৰ্গে ভালপোৱা গীত : সংঘমিত্ৰা বৰুৱাৰ সৈতে ‘সমৃদ্ধ সময়’

আজি ঋতৃষা আৰু শতাব্দীৰ কণ্ঠত জুবিন গাৰ্গে ভালপোৱা গীত : সংঘমিত্ৰা বৰুৱাৰ সৈতে ‘সমৃদ্ধ সময়’

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পুনৰ সম্প্ৰচাৰ ‘মায়াবিনী ৰাতিৰ বুকুত’

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পুনৰ সম্প্ৰচাৰ ‘মায়াবিনী ৰাতিৰ বুকুত’

জীৱন আৰু জুবিন...৫০ বছৰীয়া অকথিত পৰিক্রমা

জীৱন আৰু জুবিন...৫০ বছৰীয়া অকথিত পৰিক্রমা

গীত-কথাৰে উজ্জীৱিত জুবিনৰ চোতাল

গীত-কথাৰে উজ্জীৱিত জুবিনৰ চোতাল

🔸 সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত অনুৰাগীক সম্বোধি কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ

🔸 সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত অনুৰাগীক সম্বোধি কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ

পোষ্ট মেলনৰ অনুষ্ঠানৰ বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্রতিক্রিয়া

পোষ্ট মেলনৰ অনুষ্ঠানৰ বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্রতিক্রিয়া

বাংলাদেশ বৰ্ডাৰত কিদৰে জাতীয়তাবোধ জাগ্ৰত হৈছিল জুবিন গাৰ্গৰ?

বাংলাদেশ বৰ্ডাৰত কিদৰে জাতীয়তাবোধ জাগ্ৰত হৈছিল জুবিন গাৰ্গৰ?

প্ৰদেশ কংগ্ৰেছত চলিছে ধমকিৰ ৰাজনীতি!

প্ৰদেশ কংগ্ৰেছত চলিছে ধমকিৰ ৰাজনীতি!

জুবিন দাৰ সৈতে কটোৱা মুহুর্তৰ বিষয়ে ক’লে কণ্ঠশিল্পী আচুৰ্য্যবৰপাত্রই ?

জুবিন দাৰ সৈতে কটোৱা মুহুর্তৰ বিষয়ে ক’লে কণ্ঠশিল্পী আচুৰ্য্যবৰপাত্রই ?

Суруджмукхи - সুরুযমুখী | 06 декабря 2025 г. | Эпизод № 369

Суруджмукхи - সুরুযমুখী | 06 декабря 2025 г. | Эпизод № 369

জুবিন গাৰ্গজনক আজি বিশ্লেষণ কৰিব শিল্পী মানস ৰবীনে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

জুবিন গাৰ্গজনক আজি বিশ্লেষণ কৰিব শিল্পী মানস ৰবীনে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

◾ নাৰীৰ কণ্ঠত গীত গাই চৰ্চিত এজন অসাধাৰণ যুৱক।

◾ নাৰীৰ কণ্ঠত গীত গাই চৰ্চিত এজন অসাধাৰণ যুৱক।

"ৰেন মৌ"ত আইচেংফাৰ স'তে অনন্য কণ্ঠৰ বিশিষ্ট লোকশিল্পী সন্মানীয় খগেন গগৈ। EP 20 ft. Khagen Gogoi

তেওঁ বিহীন তেওঁৰ প্রথমটো জন্মদিন...মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

তেওঁ বিহীন তেওঁৰ প্রথমটো জন্মদিন...মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]