Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

Assamese News I কিৰণ ইনফ'টেকে ১০খনৰো অধিক দেশলৈ সামগ্ৰী ৰপ্তানি কৰিছে।

Автор: Business Northeast

Загружено: 2025-05-31

Просмотров: 51

Описание:

মোছতাক আহমেদ হৈছে কিৰণ ইনফ'টেক নামৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া। কিৰণ ইনফ'টেক হৈছে দিল্লীত আধাৰিত এক কোম্পানী, যি পেন ইণ্ডিয়া পর্যায়ত কাম কৰি আহিছে। গুৱাহাটীত কোম্পানীটোৰ এটা শাখা আছে, যি জ্যোতিকুছিত অৱস্থিত।

এই কোম্পানীতো CNC (Computer Numerical Control) ইণ্ডাস্ট্ৰীৰ সৈতে জড়িত। CNC ইণ্ডাস্ট্ৰীত ৰাউটাৰ, ফাইবাৰ লেজাৰ, প্লটাৰ মেচিন আদি বিভিন্ন ধৰণৰ মেচিনৰ ব্যৱসায় কৰে। কোম্পানীটোৱে ১৫ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ২৫ লাখ টকা মূল্যৰ মেচিনৰ ব্যৱসায় কৰে। এই প্ৰডাক্টবোৰৰ জৰিয়তে ফাৰ্নিচাৰ, চাইনেজ বৰ্ড, উপহাৰ চিহ্নিত কৰা আদি সামগ্রী প্ৰস্তুত হয়। উত্তৰ-পূৰ্বাঞ্চল – বিশেষকৈ গুৱাহাটী, শ্বিলঙ, আইজল, ত্ৰিপুৰা, নগাঁও, অৰুণাচল – কোম্পানীটোৰ বাবে এক উল্লেখযোগ্য বিক্ৰীৰ হাব হিচাপে পৰিগণিত হৈছে।

বৰ্তমান কিৰণ ইনফ'টেকৰ দেশজুৰি ২০-২৫ টা শাখা আছে, যাৰ বাৰ্ষিক টাৰ্নঅভাৰ প্ৰায় ২৫ কোটি টকা, আৰু লাভৰ হাৰ ২০-২৫%। বহুসংখ্যক শ্বেয়াৰহোল্ডাৰৰ লগত কোম্পানীটোৱে মিজোৰামৰ লুংলেইত এক নতুন dealership tie-up কৰিছে।
.
#CNCmachine #KiranInfotech #MoshtaqAhmed #MadeInIndia #অসমীয়াউদ্যোগ #উত্তৰপূৰ্বউদ্যোগ #CNCrouterAssam #GuwahatiBusiness #exportfromindia

Assamese News I কিৰণ ইনফ'টেকে ১০খনৰো অধিক দেশলৈ সামগ্ৰী ৰপ্তানি কৰিছে।

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

array(0) { }

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]