Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

এসময়ত আনৰ ঘৰত হাজিৰা কৰিছিল ,এতিয়া কোটিটকীয়া ব্যৱসায়ৰ মালিক , অসাধ্য সাধন কৰা গোবিন বৰদলৈৰ কাহিনী...

Автор: UPARJAN

Загружено: 2021-04-07

Просмотров: 116528

Описание:

এসময়ত আনৰ ঘৰত হাজিৰা কৰিছিল ,এতিয়া কোটিটকীয়া ফাৰ্নিচাৰ ব্যৱসায়ী, অসাধ্য সাধন কৰা গোবিন বৰদলৈৰ কাহিনী...
শৈশৱৰ পৰাই তেওঁ দেখিছে দৰিদ্ৰতাৰ ভয়ংকৰ ৰূপ দেউতাক আছিল চাইকেল মেকানিক ৷ এসাজ খাই এসাজ লঘোণে থকা এটা পৰিয়ালৰ সন্তান আছিল গোবিন বৰদলৈ ৷
সৰু কালৰে পৰা ঘৰ চলাবলৈ তেওঁ আনৰ ঘৰত হাজিৰা কৰিছিল ৷
শ্ৰমিক হৈ পথ মেৰামতি কাম কৰিছিল ৷ কিন্তু এনে দৰে জীৱনটো আগুৱাই নিয়াৰ সময়তে এদিন বিদ্যুৎ পৃষ্ট হৈ জ্বলি গ’ল তেওঁৰ শৰীৰ বহু অংশ ৷ ইমানৰ পাছতো তেওঁ মনোবল নেহেৰুৱালে ৷
আজি তেওঁ এগৰাকী প্ৰতিষ্ঠিত ফাৰ্নিচাৰ ব্যৱসায়ী ৷
ইয়াৰোপৰি “মা “ নামৰ এক অনুষ্ঠানৰ যোগিদি বয়োবৃদ্ধ সকলৰ সেৱা আগবঢ়াই আহিছে বৰদলৈয়ে ৷
#assamese#businessman# uparjan#

এসময়ত আনৰ ঘৰত হাজিৰা কৰিছিল ,এতিয়া কোটিটকীয়া ব্যৱসায়ৰ মালিক , অসাধ্য সাধন কৰা গোবিন বৰদলৈৰ কাহিনী...

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Zubeen Gargক হত্যা কৰিছিল - বিধানসভাত মুখ্যমন্ত্ৰী Himanta Biswa Sarmaৰ ঘোষণা N18V

Live : Assam Assembly Winter Session | বিধানসভা অধিৱেশনত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিষয় উত্থাপন।

সমুখ সমৰত মুখ্যমন্ত্ৰী ড০ শর্মা আৰু অখিল গগৈ৷

Скандал! Прослушка разговоров Уиткоффа и помощников Путина, много раненых в Коннектикуте

কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷

এজন সুৰাসক্ত যুৱক জীৱনত জয়ী হোৱা এক দুৰ্দান্ত কাহিনী Sunny Baruah , Owner Of Aakhal Ghar, Rogan Josh

৪৫ হেজাৰ টকীয়া বেতনৰ চাকৰি এৰি যুৱকজনে ব্যৱসায়ত ধৰিলে  | Dhowasang

খাটি সৰিয়হৰ তেল কেনেকৈ প্ৰস্তুত কৰা হয় ?

আমেৰিকাত আই টি চাকৰি এৰি অহা অনুপমৰ কাহিনী | assamese entrepreneur

পত্নী মনশ্ৰীয়ে ক’লে বিপিন চাওদাঙৰ সংগ্ৰামৰ জীয়া কাহিনী || ‘আঁৰৰ মানুহগৰাকী’

বাৰে বাৰে ব্যৱসায়ত বিফল হৈও হাৰ নামানিলে মহেন্দ্ৰ বৰাই |  anuraag dhaba

শূন্যৰ পৰা আলু পিয়াজৰ কোটি টকীয়া ব্যৱসায়ী হোৱা এজন অসমীয়াৰ কাহিনী | Assamese Businessman

НА ЭТОТ РАЗ НЕ ДОБРЫЕ НОВОСТИ УЗБЕКИСТАНА

MBAৰ চাকৰি এৰি খেতি কৰি কোটিপতি হোৱা মানুহজন ।  Uparjan assam | Business ideas

এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যৱসায়ীৰ জীৱন কাহিনী | Wood Berry

এসময়ত তেজ বিক্ৰী কৰিছিল, এতিয়া এজন সফল BUSINESSMAN   Akhol Ghar's owner Sunny Baruah Interview

সৰুতে ভিক্ষা মাগি,হালোৱা থাকি আজি তেওঁ এজন জনপ্ৰিয় কণ্ঠশিল্পী,Life History Of Singer Bipin Chowdang

দৈনিক ২২শ কণী উৎপাদন হয় ধেমাজিৰ গোহাই গাঁৱৰ “ডকচেফ ”ফাৰ্মত  | Layer chicken Farm In Assam

uparjan ,উপাৰ্জন , প্ৰফেচাৰৰ পুতেৰ হ’ল কল বেপাৰী ! - এজন উদ্যোগীৰ উন্নতিৰ কাহিনী

এক দম্পতীৰ সংগ্ৰামৰ কাহিনী | Angatha

এক দম্পতীৰ সংগ্ৰামৰ কাহিনী | Angatha

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: [email protected]