বড়োলেণ্ড বিশ্ববিদ্যালয়ত এলাগী মাতৃভাষা ! শিক্ষাৰ্থীৰ হাহাকাৰ, কি স্থিতি প্রমোদ বড়োৰ?
Автор: Pratidin Time
Загружено: 2023-06-28
Просмотров: 9803
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মেজৰ বিষয়ৰ লগতে ব্যৱহাৰিক বিষয়ৰ পৰীক্ষা ইংৰাজী ভাষাত লিখিব লাগিব উত্তৰ। বিশ্ববিদ্যালয়খনৰ একাডেমীক কাউন্সিলৰ বৈঠকৰ এই সিদ্ধান্তক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। হাহাকাৰ লাগিছে শিক্ষাৰ্থীসকলৰ মাজত।
#pratidintime #assam #bodolanduniversity
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: