নিখোজ সন্তানক বিচাৰি ঈশ্বৰক কাকুতি মাতৃৰ
Автор: NB News
Загружено: 2025-12-11
Просмотров: 4231
মহানগৰীৰ ভক্তি কুটীৰলৈ অহা ভক্তসকলে কৰা এটা ভুলৰ বাবে অমানিশা কঢ়িয়াই আনিলে ৫টাকৈ পৰিয়াললৈ৷ ভক্তি কুটীৰত পূজা-অৰ্চনা কৰি গা ধুবলৈ যোৱা ৯ ভক্তক ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে উটুৱাই নিলে৷ ৪ জন উদ্ধাৰ হ’ল যদিও আজিও সন্ধান নাই আনসকল ভক্তৰ৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: