পাঁচটা মূৰৰ চুড়েল Five-headed witch | Assamese New Story | Assamese Cartoon | Assamese Horror Story
Автор: Jina Cartoon
Загружено: 2022-08-04
Просмотров: 35545
পাঁচটা মূৰৰ চুড়েল Five-headed witch | Assamese New Story | Assamese Cartoon | Assamese Horror Story
Story - Once upon a time there lived a girl named Rupali in a village. One day a villager saw a terrible scene from Rupali's house. Therefore, the villagers thought that Rupali was a witch and threw her out of the village. From that day on, every night a witch comes to the village and kills the beautiful women and joins their heads to her own. Finally, the villagers went to Rupali for help. In fact, by now, Rupali was feeding the witch. Now that Rupali has left the village, the witch is killing the villagers. Rupali gave the witch a way to kill her. The villagers wisely released the witch.
কাহিনী - এবাৰ এখন গাঁৱত ৰূপালী নামৰ এজনী ছোৱালী বাস কৰিছিল। এদিন এজন গাঁওবাসীয়ে ৰূপালীৰ ঘৰৰ পৰা ভয়ংকৰ দৃশ্য দেখিলে। সেই বাবে গাওঁবাসীয়ে ৰূপালীক চূড়েল বুলি ভাবি গাঁৱৰ পৰা উলিয়াই দিলে। সেইদিনাৰ পৰা সদায় ৰাতি গাঁৱলৈ এজনী চূড়েল আহে আৰু ধুনীয়া মহিলাবোৰক মাৰি পেলাই সিহঁতৰ মূৰটো নিজৰ মূৰৰ লগত যোৰা দিয়ে। অৱশেষত গাওঁবাসী ৰূপালীৰ ওচৰলৈ সহায় বিচাৰি গ'ল। আচলতে এতিয়ালৈকে ৰূপালীয়ে চূড়েলজনীক খাদ্য যোগান ধৰি আছিল। এতিয়া ৰূপালী গাওঁ এৰি গুচি অহাত চূড়েলজনীয়ে গাঁওবাসীক মাৰি আছে। ৰূপালীয়ে চূড়েলজনীক শেষ কৰাৰ উপায় দিলে। গাওঁবাসীয়ে বুদ্ধিমতে কৰি চূড়েলজনীক মুক্তি দিয়ে।
Your Quries :
1. assamese story - Five-headed witch
2. assamese cartoon
3. assamese horror story
4. assamese story sural
5. assamese story horror
6. assamese story bhoot
7. assamese hadhu kotha
8. assamese story telling
9. assamese story 2022
10. assamese cartoon video
#five-headed_witch #five_head
#assamese_story_ #assamese_horror_story #assamese_story #assamese_cartoon #story #cartoon_video #assamese_hadhu #assamese_story_bhoot #assamese_story_telling #assamese_new_story
🌹🌹🌹 Thank For Watching 🌹🌹🌹
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: