বিৰোধীৰ মিত্ৰতালৈ আৰু অপেক্ষা নকৰে কংগ্ৰেছ আৰু ৰাইজৰ দলে
Автор: Assam Talks Digital
Загружено: 2025-12-06
Просмотров: 5334
বিৰোধীৰ মিত্ৰতালৈ আৰু অপেক্ষা নকৰে কংগ্ৰেছ আৰু ৰাইজৰ দলে। দুয়োটা দলেই সুকীয়া সুকীয়াকৈ আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ। ডিব্ৰুগড়ত জনতাৰ নিৰ্বাচনী ইস্তাহাৰেই প্ৰকাশ কৰি কংগ্ৰেছে আৰম্ভ কৰিলে ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’। অখিল গগৈৰ শেষ আহ্বান- পাৰিলে কংগ্ৰেছে ঐক্যবদ্ধ যুঁজৰ স্বাৰ্থত আসন ভাগ-বাটোৱাৰা কৰি দিয়ক।
#assamtalksdigital #GauravGogoi #AkhilGogoi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: