এফালে ঋণত ডুব গৈছে ৰাজ্য আনফালে বেনাৰ হৰ্ডিঙৰ বাবে কোটি কোটি খৰছ ৰাজ্য চৰকাৰৰ!
Автор: NorthEast Now
Загружено: 2025-12-19
Просмотров: 6134
📌মোদীময় গুৱাহাটীত নাই অন্য বেনাৰৰ স্থান!
📌তলে-ওপৰে, সোঁৱে-বাঁওৱে মোদীৰ বেনাৰ পোষ্টাৰ লগাই কোটিৰ ঘৰত জনতাৰ ধন শৰাধ হিমন্ত চৰকাৰৰ!
📌এফালে ঋণত ডুব গৈছে ৰাজ্য আনফালে বেনাৰ হৰ্ডিঙৰ বাবে কোটি কোটি খৰছ ৰাজ্য চৰকাৰৰ!
📌২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!
📌প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ মহানগৰীৰত এতিয়া কেৱল বিজেপিৰ নেতা মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোসম্বলিত বেনাৰ হৰ্ডিং!
📌বেনাৰ হৰ্ডিঙৰ নামত কোটি কোটি চৰকাৰী ধন খৰছ কৰাক লৈ ক্ষোভিত সাধাৰণ জনতা!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: