Himanta Biswa Sarma | অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী
Автор: DD News Assamese
Загружено: 2025-12-09
Просмотров: 5172
প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ অধীনত আজি ৰাজ্যত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হ'ব। চমৰীয়া, বকো, ছয়গাওঁ আৰু পলাশবাৰী বিধানসভা সমষ্টি সামৰি অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰেকিবুদ্দিন আহমেদো উপস্থিত থাকিব। আজিৰ এই সভাত ৩ লাখ ২৫ হাজাৰ ২৩৪ টা পৰিয়ালক গৃহ প্ৰদান কৰা হ'ব।
A central event covering Chamariya, Boko, Chaygaon, and Palasbari will distribute PMAY-G home-approval letters today, attended by CM Dr. Himanta Biswa Sarma and other key leaders. Altogether, 3,25,234 families in the state will receive houses under the scheme.
#HimantaBiswaSarma #AssamCM #PMAYG #PradhanMantriAwasYojana #AssamDevelopment #assam #guwahati #assamese #ddnewsassamese #ddnewsassam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: