Kio Gola Atori - Rishav Babu | Abhi Phukan | Biplab Octave
Автор: Rishav Babu Musical
Загружено: 2024-04-03
Просмотров: 1783
Lovers In Love And The Other's Run Away. Lover Is Crying 'Cause The Other Won't Stay 🙂
Kio Gola Atori ❣️ Performed by Rishav Babu, Abhi Phukan
.
.
.
All Rights Reserved by Rishav Babu Musical Don't Upload Illegally
©Nixa Music
.
.
.
Audio Credit -
.
Vocals - Rishav Babu
Music - Rishav Babu
Lyrics/Composition - Biplab Octave
Mixed & Mastered - Abhi Phukan
Guitar - Hirak Jyoti Sharma
Lyrics -
সকলো পাহৰি তুমি
কলৈ গলা গুচি
বিচাৰি তুমাকে মই
খাঁলো হাবাথুৰি
নুবুজিলা ভালপোৱা বোৰ
এৰি গ'লা সকলো মোৰ
এতিয়া তুমি মোৰ পৰা বহু দূৰ
তুমি কিয় গলা আঁতৰি
মোৰ সপোনকে মোহাৰি
তুমি কিয় গলা আঁতৰি
মোৰ সপোনকে মোহাৰি
সকলো উজাৰি
বাৰে বাৰে এনেকুৱা হয় কিয়নো
সঁচা ভালপোৱাবোৰ নুবুজে কোনেও
বাৰে বাৰে এনেকুৱা হয় কিয়নো
সঁচা ভালপোৱাবোৰ নুবুজে কোনেও
সকলো উজাৰি আজি
কলৈ গ'লা তুমি
মূৰেনো থুনুকা হিয়া
নিঠৰোৱা কৰি
নুবুজিলা ভালপোৱা বোৰ
এৰি গ'লা সকলো মোৰ
এতিয়া তুমি মোৰ পৰা বহু দূৰ
তুমি কিয় গ'লা আঁতৰি
মোৰ সপোনকে মোহাৰি
তুমি কিয় গ'লা আঁতৰি
মোৰ সপোনকে মোহাৰি
সকলো উজাৰি......
Connect with artists -
Contact - 7576933816 (STUDIO MOONLIGHT)
Rishav Babu - https://www.instagram.com/rishav_musi...
Abhi Phukan - https://www.instagram.com/abhi_phukan...
Biplab Octave - https://www.instagram.com/_biplab_oct...
#rishavbabu #abhiphukan #newsong #assamesesong
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: