দেউতাৰ নামত থকা মাটি নিজৰ নামত কেনেকৈ আনিব? Mutation By Inheritance উত্তৰাধিকাৰী সূত্ৰে নামজাৰী ।
Автор: Gyaan Jogot.
Загружено: 2022-07-03
Просмотров: 95678
নমস্কাৰ বন্ধু সকল জ্ঞান জগত চেনেল স্বাগতম জনাইছোঁ।আজি আমাৰ এই video টোত আমি জনিম যে কেনেকৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰী কৰে।আপোনাৰ দেউতাৰ নামত থকা মাটি কেনেকৈ আপোনাৰ নামত আনিব,বা যদি আপোনাৰ ককা দেউতাৰ নামত থকা মাটি কেনেকৈ আপোনাৰ দেউতাৰ নামত আনিব আদি কথা বোৰ জানিবলৈ এই video টো চাব পাৰে।মই এই video টোত যিমান পাৰোঁ সহজ কৈ দেখুৱাব চেষ্টা কৰিছোঁ,আশা কৰিছোঁ মোৰ এই video টো চায় আপোনালোকৰ কষ্ট কিছু অলপ হলেও কমিব।।
আশা কৰিছোঁ আজিৰ এই video টোৰ পৰা কিছু অলপ নতুন কথা হলেও শিকিব পাৰিলে যদি video টো ভাল পালে তেন্তে like, comment, share আৰু চেনেল টো subscribe কৰি দিব নাপাহৰিব।।
আপোনাৰ বহুমূলীয়া সময় উলিয়াই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ, আপোনাৰ দিন টো শুভ হওঁক।।
#mutation #landmutation #mutationbyinheritance #rtps
follow
/ gyaan-jogot-104197765290240
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: