ডিব্রুগড়ৰ মাইজান নতুন গাঁৱত শূন্যলৈ গুলীচালনা আৰক্ষীৰ
Автор: Pratidin Time
Загружено: 2026-01-01
Просмотров: 11029
ডিব্রুগড়ৰ মাইজান নতুন গাঁৱত শূন্যলৈ গুলীচালনা আৰক্ষীৰ। গৰু চোৰক আৰক্ষীয়ে এৰি দিয়াক কেন্দ্র কৰি উত্তপ্ত নতুন গাঁও। গৰু চুৰি কৰিবলৈ অহা এটা দলক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা বৰবাৰী আৰক্ষীৰ। চাওক এই প্ৰতিবেদন।
#PratidinTime #AssamNews #dibrugarh
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: