মোৰ
Автор: HUNTER
Загружено: 2025-11-14
Просмотров: 21730
আজি টাউনলৈ মাল আনিবলৈ গ’লোঁ। প্ৰথমে ভাত খাই ল’লোঁ।
তাৰ পিছত দুটা গাড়ীত আলু, পিয়াজ, তেল আৰু আন আন মাল ভৰালোঁ।
ঘৰলৈ আহোঁতে ৰাস্তাৰ মাজত গাৰিৰ পৰা দোকানৰ মাল খহি গ’ল।
এটা মানুহে চুৰ কৰি লৈ গল মাল খিনি
ৰাস্তাৰ মানুহে ধৰি কোব দিলে তাক.
তাৰ পিছত আকৌ মাল লৈ ঘৰ পালোঁ
এইটোৱে এজন দোকানদাৰৰ দিনভৰ জীৱন।”
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: