UGC NET Assamese 2025 | নৱবিধা ভক্তি | সম্পূৰ্ণ বিশ্লেষণ | Bhakti Movement for NET/SET
Автор: RITE Education
Загружено: 2025-06-07
Просмотров: 203
📚 UGC NET / SLET Assamese 2025 পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিষয় — নৱবিধা ভক্তি (Nine Forms of Devotion) ৰ ওপৰত এই ভিডিঅ'টোত চমু আৰু স্পষ্ট ব্যাখ্যা দিয়া হৈছে।
🔍 এই ভিডিঅ'ৰ মাধ্যমে আপুনি জানিব পাৰিব:
শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য, আত্মনিবেদন ভক্তি ক'ত কেনেদৰে বৰ্ণিত হৈছে।
নৱবিধা ভক্তিৰ ধাৰণা আৰু শ্ৰেণীবিভাজন
UGC NET/SET-ৰ বাবে সম্ভাৱ্য প্ৰশ্ন
📝 ভগৱত ধৰ্ম আৰু ভক্তি আন্দোলনৰ অংশ হিচাপে এই বিষয়টো প্ৰায় প্ৰতিবছৰে পৰীক্ষাত আহে।
ভালদৰে মন দি শুনক আৰু Notes বনাওক।
📌 চেনেলটো Subscribe কৰক আৰু Bell icon #assamese #assameseculture #assamesesyllabus টিপক আগন্তুক সকলোৱে উপকৃত হ’ব পৰা ভিডিঅ'সমূহৰ বাবে।
🔗 Like, Share আৰু Comment কৰিব নাপাহৰিব।
#assamslet #education #malita #neslet #slet2025 #ugcnet
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: