AIN LIVE ASSAM NORTH EAST
Автор: ALL INDIA NEWS ( AIN ) LIVE
Загружено: 2025-11-24
Просмотров: 1014
📌ভূঞাখাটৰ হাটিবুৰীত ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ চতুৰ্থ. বাৰ্ষিক অধিৱেশন ।
📌এদিনীয়া বনাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় উক্ত অধিবেশন ।
📌ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু পশ্চিম কলাইগাঁও প্ৰাৰ্থমিক বড়ো শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত অধিবেশনৰ পতাকা উত্তোলন কৰে ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি বাবুল আখফৌৰ বড়োৱে আৰু শ্বহীদ তর্পন কৰে উপ সভাপতি ৰূপেশ্বৰ বড়োৱে ।
#AssamNews #assam #newsupdate2025 #newstoday
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: