জুবিন গাৰ্গৰ অনুৰাগী একগোট হ’লেই শংকিত হয় প্ৰশাসন
Автор: NKTV PLUS
Загружено: 2025-11-22
Просмотров: 11182
জুবিন গাৰ্গৰ অনুৰাগী একগোট হ’লেই শংকিত হয় প্ৰশাসন। মায়াবিনী গালেই বুকু কঁপে আয়ুক্ত আৰু আৰক্ষীৰ। সেই কথাই এতিয়া চৰ্চা লাভ কৰিছে ছিপাঝাৰত। ২৪ নৱেম্বৰত ছিপাঝাৰত ১০ হাজাৰ লোকে জুবিন গাৰ্গৰ গীত গোৱাৰ পৰিকল্পনা কৰিছিল। প্ৰথমে অনুমতি পাইছিলো, তাৰপাছত হঠাৎ প্ৰশাসনৰ নিৰ্দেশনা, নিৰাপত্তাজনিত কাৰণত পাতিব নোৱাৰিব অনুষ্ঠান।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: