NKTVৰ সাংবাদিকক ভাবুকি দি থানাত হাজিৰ হ'বলগীয়া হ'ল প্ৰাক্তন ACS বিষয়া হিতেশ দেৱ শৰ্মা
Автор: NKTV PLUS
Загружено: 2025-11-25
Просмотров: 26193
NKTVৰ সাংবাদিকক ভাবুকি দি থানাত হাজিৰ হ'বলগীয়া হ'ল প্ৰাক্তন ACS বিষয়া হিতেশ দেৱ শৰ্মা। পুৱা ১১ বজাৰ পৰা পাঠশালা আৰক্ষীয়ে মাৰাথন জেৰা চলালে হিতেশ দেৱ শৰ্মাক। থানালৈ অহাৰ পাছত মুখৰ পৰা মাত নোলাল সাংবাদিকক ৪ ঘণ্টাৰ সময় দিয়া হিতেশ দেৱ শৰ্মাৰ। প্ৰাক্তন বিষয়াগৰাকীৰ এই অৱস্থা দেখি সকলোৰে মাজত চৰ্চা। এয়াই কৰ্মফল।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: