Trip to Nainital | Nainital travel vlog | নৈনিতাল অনুভৱ
Автор: Life at 62
Загружено: 2025-06-17
Просмотров: 85
নমস্কাৰ! এইটো মোৰ প্ৰথম YouTube ভ্লগ — আপোনালোকৰ বাবে এটা বিশেষ যাত্ৰাৰ কাহিনী লৈ আহিছোঁ! মই ভ্ৰমণ কৰিলোঁ নৈনিতাল, আৰু ৰাতি থাকিলোঁ নওকুচিয়াতালৰ “Kumaon Bliss” ৰিসৰ্টত। পাহাৰৰ কোলাত, নৈনিতালৰ সুন্দৰ হ্ৰদ, মেঘে ঢকা পৰ্বত আৰু নওকুচিয়াতালৰ শান্ত পৰিৱেশ — সকলো মুহূর্ত ক্যামেরাত বন্দী কৰিছোঁ।
এই ভিডিঅ’টোত আপোনালোকে পাব:
নৈনিতালৰ বিখ্যাত হ্ৰদ, মল ৰোড, আৰু পাহাৰৰ দৃশ্য, নওকুচিয়াতালৰ শান্তিপূৰ্ণ পুৱা আৰু সন্ধ্যা, মোৰ যাত্ৰাৰ অনুভৱ আৰু উৎসাহl
মোৰ যাত্ৰা আপোনালোকৰ বাবে অনুপ্ৰেৰণা হ’ব বুলি আশা কৰিছোঁ।
Channel টো Subscribe কৰক, Like আৰু Share কৰিব নাপাহৰিব!
#NainitalVlog #Naukuchiatal #KumaonBliss #AssameseTravelVlog #FirstVlogAt62 #TravelAtAnyAge #SeniorTravel #NainitalDiaries #TravelAssamese #ViralVlog #ExploreUttarakhand #BucketList
👉 আপোনাৰ মতামত আৰু প্ৰশ্ন Comment ত লিখিব নাপাহৰিব!
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: