Ki Bisari Nijanot Nijoke
Автор: Rupam Bhuyan
Загружено: 2022-09-01
Просмотров: 5204
Every individual perhaps seeks oneself in solitude. In the process of seeking self, a steady stream of happy memories flow in which unknowingly fixates the eye. As if memories are a distant lamp which extinguishes before being savoured. As if something remained untold even after everything has been said. Words appear to be the music of the weaver's loom, where decorative motifs are the woven melodies.
You may also ask at the end, 'were these words ever told you?
Lyrics : Bibha Rani Talukdar
Vocal and Composition : Rupam Bhuyan
Music arrangement , Mixing and Mastering : Rakesh Baro
কি বিচাৰি নিজানত নিজকে
কি বিচাৰি
খান্দি ফুঁৰো নিজানত নিজকে
শিল হৈ যোৱা চকুদুটা হাতত লৈ ওভতোঁ
যি বিচাৰোঁ সেয়া
দূৰণিত কঁপি থকা এগছ চাকিৰ শিখা
গৈ পাওঁ মানে বতাহে নুমুৱাই দিয়া
বাঁহীৰ কৰুণ সুৰ এটাত কঁপি কঁপি পাহ মেলে
নীলা জলাশয় ভৰি অজস্ৰ নলফুল
ক'ত বাজে ইমানবোৰ ৰাগ
হাফোঁলা মাৰি অহা হিজলৰ পাতবোৰ আঁতৰাই
বুৰ মাৰোঁ অথাউনি পানীত
বাউল এজাক বতাহে চপাই আনে সন্ধ্যাৰ খিৰিকী
গলি গলি সৰে বিষাদ- সীহৰ টুকুৰা
একঁকাল- এবুকু- এডিঙিকৈ খমা বন্ধা আন্ধাৰত
ইমান নিমাও এই সময় ইমান একাকী
দুভৰি নলৰে
পানীপিয়া এজনীৰ মাতত কিদৰে
খান্দোঁ আৰু খান্দোঁ নিজক
এই কথা কাহানিবা কোৱা হৈছিলনে তোমাক!
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: