বিধানসভাত বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ।
Автор: Pratidin Time
Загружено: 2025-11-28
Просмотров: 6558
চৰকাৰক কৰফাঁকি দি অৰ্কিড উদ্যান খুলিছে অখিল গগৈয়ে ।
অখিল গগৈ হত্যাকাৰী,প্ৰণৱ বড়োক নিৰ্মমভাৱে হত্যা কৰিছিল অখিল গগৈয়ে। প্ৰণৱ বড়োৰ আত্মাই আপোনাক কেতিয়াবা কষ্ট দিয়েনে মই নাজানো আপুনি চিন্তা কৰিব ।
আপোনাৰ লাজ নালাগে চাহ শ্ৰমিকসকলে মাটিৰ পট্টা পাব আৰু আপোনাৰ বিধানসভাত এনে ব্যৱহাৰ।
বিধানসভাত বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ।
#PratidinTime #AssamAssembly #HimantaBiswaSarma #AkhilGogoi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: