ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উদ্যাপন |
Автор: we_barna
Загружено: 2025-09-08
Просмотров: 31
✨ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উদ্যাপন ✨
সৰ্বকালৰ প্ৰণম্য গীতাৰ্চাৰ্য ভূপেন হাজৰিকাদেৱক আজি আমি তেওঁৰ জন্ম শতবৰ্ষত গভীৰ সন্মান আৰু শ্রদ্ধাৰে স্মৰণ কৰিছোঁ।
তেওঁৰ গীত, সুৰ, আৰু চিন্তাধাৰাই কেৱল অসম নহয়, সমগ্ৰ বিশ্বক একত্ৰিত কৰাৰ শক্তি প্ৰদান কৰিছে।
এই ভিডিঅ’ত আমি ভাগ বতৰা কৰিছোঁ ভূপেন দেৱৰ অমৰ সৃষ্টি, তেওঁৰ জীবন দর্শন আৰু সমাজলৈ আগবঢ়োৱা অনন্য অৱদান।
🌿 আসোন, সকলো মিলি এই শতাব্দীজনক গীতশিল্পীক স্মৰণ কৰি তেওঁকে প্ৰণাম জনাওঁ।
🔔 আমাৰ চেনেলক Subscribe কৰক আৰু ভিডিওটো Like & Share কৰি ভূপেন দেৱৰ সুৰৰ মাজেৰে একতা আৰু সম্প্ৰীতিৰ বাৰ্তা আগবঢ়াওক।
#ভূপেনহাজৰিকা #BhupenHazarika #জন্মশতবৰ্ষ #AssameseCulture #Legend
#ভূপেনহাজৰিকা #BhupenHazarika #জন্মশতবৰ্ষ #BhupenHazarika100 #BhupenHazarikaSongs #BhupenHazarikaCentenary #AssameseLegend #AssameseCulture #IndianMusicLegend #MusicalTribute #LegendLivesOn #VoiceOfAssam #CulturalIcon #AssamesePride #GlobalIcon
#DihaNaam #AssameseCulture #Namghar #AssameseTradition #SpiritualSongs #CulturalHeritage #KidsPerformance #Assam #DevotionalSongs #DihaNaamAssam
#barna #youtubeshorts #shortvideo #love #trendingshorts #trending #viralvideo #assamculture #travel #couple
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: