আজিৰে পৰা আৰম্ভ প্ৰকৃত বিচাৰ প্ৰক্ৰিয়া
Автор: Pratidin Time
Загружено: 2025-12-21
Просмотров: 2065
আজিৰে পৰা আৰম্ভ প্ৰকৃত বিচাৰ প্ৰক্ৰিয়া। আজিৰে পৰা ন্যায়াধীশৰ আদালতত শুনানি হ’ব জুবিনৰ হত্যা গোচৰৰ। আৰম্ভ হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া। আজি প্ৰথম শুনানি গ্ৰহণ কৰিব সত্ৰ ন্যায়াধীশৰ আদালতে। সবিশেষ চাওক আমাৰ এক প্ৰতিবেদনত...
#PratidinTime #AssamNews #assam #JusticeForZubeenGarg #ZubeenGarg #kahilipara #ZG #zubeengargnewsupdate #cidoffice #SIT #guwahati
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: