'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' আৰম্ভ: APCC President Gauav Gogoi ji addressed the Press at Dibrugarh
Автор: INC Assam
Загружено: 2025-12-06
Просмотров: 944
কংগ্ৰেছ দল সাংগঠনিক ক্ষেত্ৰত পূৰ্বতকৈ অধিক সবল হৈছে, এতিয়া আমাৰ লক্ষ্য এয়াই যে আমি ৰাইজৰ ওচৰলৈ যাওঁ।
আমি প্ৰতিটো বিৰোধী ৰাজনৈতিক দল ৰাইজৰ কাষলৈ গৈ আমাৰ পৰিকল্পনাৰ কথা সদৰী কৰিম।
আজিৰেপৰা আৰম্ভ হোৱা ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যাত্ৰাৰ জৰিয়তে প্ৰতিগৰাকী কংগ্ৰেছ নেতা- কৰ্মী ৰাইজৰ কাষলৈ যাব, বাৰ্তালাপ কৰিব।
-আজি ডিব্ৰুগড়ত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: