Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG

Автор: Namami Production

Загружено: 2025-11-18

Просмотров: 24531

Описание:

Poetry : "মই জুবিনে কৈছো…"

মই কৰি দিলো, চাই ল
ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খুজি
মানুহক আজি আকাশ চুবলৈ শিকালো,
সাগৰ নীলা ভালপোৱাৰে জী উঠিলো, হেৰাই গ’লো কৈ যোৱাৰ দৰেই...
জীৱন সীৰলুত উমসনা মৰম ভিক্ষা বিচাৰি
দালানত হেঙুলীয়া বসনৰ লিপ্সা নাছিল কেতিয়াও।

বিপ্লৱ, প্ৰতিবাদ, পৰিৱৰ্তন এইবোৰ স্বাধীনতাৰ ভাষা...
হত্যা, সন্ত্ৰাসৰ ৰঙাফাঁকুৰে শান্তি দিব পাৰে জানো ?
সপোন ৰঙৰ জীৱন আঁকি সোণৰ অসম কোনেও গঢ়িব নোৱাৰে।

জলফাইৰঙী অৰণ্যত ৰ’দৰ লুকাভাকুৰ প্ৰত্যাশাত
জীৱন মৰুত অস্তবেলিৰ আলিংগন মোৰ কাম্য নাছিল।

কিন্তু...
মই যি ভাবো, মই যি কৰো, সেইবোৰ ক’ৰবাত নহয়, ক’ৰবাত মিলি যায়।
চিনেমাখনৰ দৰেই মই চাগে মৰিলোও এনেদৰেই।
দুচকু ভেদি অহা তঁহতবোৰৰ তপত অশ্ৰুৰ প্ৰশ্নবোৰৰ উত্তৰো আছে জানো দিব পৰাকৈ!
ক’বলেতো বহু কথাই ৰৈ গ’ল—
মোৰ মৃত্যুত নঘটিবলগীয়া বহু কথাই ঘটি গ’ল।
সকলো আজি জী উঠিছে।

সম্ভৱ হ’ল ১০০ বছৰলৈ কোনেও কৰিব নোৱাৰা কাম।
কথাৰ কথাৰ দৰে অসমীয়া ছবিঘৰত বন্ধ হ’ল হিন্দী ছবিৰ শ্ব’।
সকলো হলে চলাইছে কেৱল ‘ৰৈ ৰৈ বিনালে’।

বন্ধ হৈ থকা হলো খুলি সকলোৱে বিচাৰিছে মোৰ চিনেমা।
সকলো আজি জী উঠিছে।

মোৰ নিৰ্বিকাৰ প্ৰাণস্পন্দনৰ জীউটোৱে
নিৰলস বকুল বনৰ সুবাস বিলাইছে।


মহখুলিৰ এটা হাতেৰে মজদুৰি কৰা ল’ৰাটোৰ,
এখন ভৰি হেৰুৱাই আঠুকাঁঢ়ি মোৰ ওচৰলৈ
সহায়ৰ হাত মেলি অহা ল’ৰাটোৰ
আৰু যে চকুহাল দি পোহৰ দেখুওৱাৰ
প্ৰতিশ্ৰুতি দিয়া ছোৱালীজনীৰ,
তেজপুৰত স্কুটাৰ এখন কিনি দি চানা বেচিবলৈ সহায় কৰা
বেপাৰীজনৰ কি খবৰ অ’…
খবৰ লবি তহঁতে।
মই স্বাৰ্থপৰ নহয় অ’।
সিঁহতক লৈ আহ মোৰ ওচৰলৈ...
মোৰ কাঁষত থাকিলে সিঁহতে শান্তি পাব,
জীয়াই থকাৰ সম্বল পাব।

মোৰ মৃত্যু হলেও অন্ততঃ ভাতমুঠি পাব সিঁহতে।
সিমানখিনি কৰাৰ মোৰ দম আছে অ’।

মোক বেয়া পোৱা মানুহবোৰে কাৰোবাক সন্তুষ্ট কৰিবলৈ এইকেইদিন ভীষণ ব্যস্ত হৈ পৰিছে।
তঁহতি সব গম পালেও কৈ নিদিবিচোন...

দেশখনো আমাৰ, পুলিচো আমাৰ, মানুহবোৰো আমাৰ..
আইন-কানুন সকলো আমাৰ হ’ব।
তঁহতি সকলো গম পালেও কৈ নিদিবিচোন...

বায়ুসেনাক মই ধন্যবাদ দিছো,
মোৰ বাবেই ইমান ৰঙৰ পোহাৰ মেলিলে...
আকাশৰ নীলাখিনি গাত মেৰিয়াই মনৰ চিলাখন উৰুৱাবলৈ মোৰো যে বহুত মন আছিল...

নিৰ্লোভ ভাস্কৰ্য্যত খোদিত হৈ মই পুনৰ জী উঠিছো।
পৃথিৱীৰ প্ৰান্তে প্ৰান্তে...

মোৰ স্পন্দিত গদ্য জীৱনবোধৰ সন্মোহনী ছন্দই
যুগে যুগে মোক মানুহৰ মাজত বিলীন কৰিছে।

পুৱতি নিশা নিয়ৰৰ শব্দত মই জী উঠিম।
গভীৰ নিশা নিৰ্জনতাত সৃষ্টিৰ পাতনি মেলিম...

3G, 4G, 5G বাদ দে
অসমত সদায় চলিব কেৱল ZG
কমৰেড ZG

"Zubeen Garg" a voice that still lives in every Assamese heart, and a soul that will forever remain a part of our songs, smiles, and struggles. This video is a heartfelt poetic tribute to our beloved Zubeen da, who gave us music, memories, and love beyond measure. 💔🎶 Through this poem, we remember the man who stood by the downtrodden, spoke the language of the masses, and sang for every heartbeat of Assam.
This is not just a tribute. This is love… this is respect… this is remembrance.

🎥 Presented by Namami Production
From the heart of Assam, for the legend who forever lives through his art.

#justiceforzubeengarg #zubeengarg #tributetozubeen #zubeen #assamlegend #namamiproduction #poetryvideo #assammusic #assamculture #zubeen_garg #foreverinourhearts #recitation #assamesepoetry #zubeengargmusic #assam #assamese #mayabini #assamesesong #zubeensong #youtube #videos #viral #viralvideos

মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Heartthrob Jattra / Tribute to Zubeen Garg / Direction Lakhiranjan/ NK Production

Heartthrob Jattra / Tribute to Zubeen Garg / Direction Lakhiranjan/ NK Production

🚨 Как Сиддхартх, Шьямкану, Амритпрабха убили Джубина?||Атану Бхуян|| Сатья

🚨 Как Сиддхартх, Шьямкану, Амритпрабха убили Джубина?||Атану Бхуян|| Сатья

সূৰ্য নোহোৱা দেশৰ কথা - An Assamese poem | Tribute to Zubeen Garg | Nabajyoti Nath | Ritumoni Nath

সূৰ্য নোহোৱা দেশৰ কথা - An Assamese poem | Tribute to Zubeen Garg | Nabajyoti Nath | Ritumoni Nath

হিমন্তৰ দিনতেই এচাম ধুৰন্ধৰৰ

হিমন্তৰ দিনতেই এচাম ধুৰন্ধৰৰ "সাংবাদিক"ক ভাবুকি দিয়াৰ প্ৰৱণতা বৃদ্ধি পাইছে কিয়?

Zubeen Garg comedy scenes ।। #justiceforzubeengarg #shortsfeed

Zubeen Garg comedy scenes ।। #justiceforzubeengarg #shortsfeed

এটা সুন্দৰ জুবিন দা Intravew এটা ll শুনিলে শুনিব মন যোৱা

এটা সুন্দৰ জুবিন দা Intravew এটা ll শুনিলে শুনিব মন যোৱা

Sister Masala presents Mur Pakghar - Season 2, Episode 19

Sister Masala presents Mur Pakghar - Season 2, Episode 19

চৰকাৰী বিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি | Birthday Gift To ZG | Namami Production

চৰকাৰী বিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি | Birthday Gift To ZG | Namami Production

Студент написал о Джубине в экзаменационном документе || Nation NE

Студент написал о Джубине в экзаменационном документе || Nation NE

ROI ROI BINALE- ЗАГЛАВНЫЙ ТРЕК |ZUBEEN GARG |GIOCONDA VESSICHELLI |EYE CREATIONS |ZEAL CREATIONS

ROI ROI BINALE- ЗАГЛАВНЫЙ ТРЕК |ZUBEEN GARG |GIOCONDA VESSICHELLI |EYE CREATIONS |ZEAL CREATIONS

ডাঙৰ খবৰ ৰাহুল গৌতমৰ দেউতাকৰ বিস্ফোৰণ মন্তব্য‌‌‌ জুবিন দা আৰু গৌৰিমা বৌৰ আছে সন্তান পোহৰলৈ আহিল

ডাঙৰ খবৰ ৰাহুল গৌতমৰ দেউতাকৰ বিস্ফোৰণ মন্তব্য‌‌‌ জুবিন দা আৰু গৌৰিমা বৌৰ আছে সন্তান পোহৰলৈ আহিল

Heart-throb Jatra | Tribute to Zubeen Garg | Studio CHANTaudio | Lakhiranjan | CHANTians

Heart-throb Jatra | Tribute to Zubeen Garg | Studio CHANTaudio | Lakhiranjan | CHANTians

দুমাহৰ পিছত গৰিমাৰ কাষলৈ আহিল জুবিন! গভীৰ নিশা পত্নী গৰিমাক কি ক’লে গ’ল্ডীয়ে? জানিলে গা শিয়ৰি উঠিব!

দুমাহৰ পিছত গৰিমাৰ কাষলৈ আহিল জুবিন! গভীৰ নিশা পত্নী গৰিমাক কি ক’লে গ’ল্ডীয়ে? জানিলে গা শিয়ৰি উঠিব!

Rabha Sangeet //Zubeen Garg//Bishnu Prasad Rabha//Utpal Das Creation

Rabha Sangeet //Zubeen Garg//Bishnu Prasad Rabha//Utpal Das Creation

22 ноября: важные новости/Заключительный отчет Зубин Гарга SIT/Химанта положит конец Мии/Сиддхарт...

22 ноября: важные новости/Заключительный отчет Зубин Гарга SIT/Химанта положит конец Мии/Сиддхарт...

মদ খুৱাই দিয়া হৈছিল - What SIT investigation says - Dimpu Baruah

মদ খুৱাই দিয়া হৈছিল - What SIT investigation says - Dimpu Baruah

JIBON TUMI ZUBEEN TUMI || Official Video ||

JIBON TUMI ZUBEEN TUMI || Official Video ||

জুবিন দাক মদ খোৱাই খোৱাই মৰা সময়ত চৰকাৰ কত আছিল। শুই আছিল নেকি! Hiamnata Biswa Sarma|

জুবিন দাক মদ খোৱাই খোৱাই মৰা সময়ত চৰকাৰ কত আছিল। শুই আছিল নেকি! Hiamnata Biswa Sarma|

চকুলোৰে ৰৈ ৰৈ বিনালে-The Last Song | Zubeen Garg| Achurjya Borpatra| Zeal Creations| EYE Creations

চকুলোৰে ৰৈ ৰৈ বিনালে-The Last Song | Zubeen Garg| Achurjya Borpatra| Zeal Creations| EYE Creations

👉🏻'ৰৈ ৰৈ বিনালে' গীতটোৰ প্ৰতিটো শব্দৰ অৰ্থ বুজাই লিখিলে এগৰাকী ব্যক্তিয়ে | অন্তৰ চুই যাব আপোনাৰো

👉🏻'ৰৈ ৰৈ বিনালে' গীতটোৰ প্ৰতিটো শব্দৰ অৰ্থ বুজাই লিখিলে এগৰাকী ব্যক্তিয়ে | অন্তৰ চুই যাব আপোনাৰো

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]