কোকৰাঝাৰ ঘটনাক লৈ অনুষ্ঠিত হ’ল বৈঠক
Автор: Assam Talks Digital
Загружено: 2026-01-21
Просмотров: 166
কোকৰাঝাৰ ঘটনাক লৈ অনুষ্ঠিত হ’ল বৈঠক । বৈঠকত অংশ ল’লে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । CMৰ নিৰ্দেশত বৈঠকত অংশ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কোকৰাঝাৰৰ গোষ্ঠীগত সংঘৰ্ষক লৈ এই বৈঠক ।
#Kokrajhar #incident #meeting #HagramaMohilary #assamtalksdigital
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: