শেষ বিদায় জুবিন দা তোমাক 😭😢||১০ লাখ মানুহৰো অধিক সমাগম 😯
Автор: Gyan Vlogs
Загружено: 2025-09-21
Просмотров: 1033
শেষ বিদায় জুবিন দা তোমাক 😭😢||১০ লাখ মানুহৰ সমাগম 😯
জুবিন দা তোমাক অসমলৈ যি অমূল্য সৃষ্টি দি গ'ল আমি বুকুত বান্ধি নমৰা লৈকে আগুৱাই নিব লাগিব জুবিন গাৰ্গ এটা নাম নহয় বা এজন মানুহ নহয় তেওঁ হ'ল আমাৰ অসমখনৰ মানুহবোৰৰ উশাহ আছিল বুলি কলে ভূল নহব।
আমি আন বাকী সকলৰ দৰে তেওঁৰ জন্মদিনটো বা মৃত্যু দিনা তেওঁৰ দুটামান গান হওঁক ভিডিঅ' লগাই আকৌ পিছত পাহৰি থাকিলে নহব তেওঁৰ গান আগতে যেনেকে শুনি আহিছো তেওঁ জীয়াই আছে ভাবি সদায় শুনি থাকিব লাগিব যে তেওঁ নাই কিনো শুনিম বেলেগক আপোন কৰি লওঁ এতিয়া এইটো হ'লে নহব।
অসমৰ বাবে জুবিন দা সদায় আমাৰ মৰমৰ হিয়াৰ আমঠু হৈ থাকিব.,শেষত জয় জুবিন দা I ❤️ you যতেই আছা শান্তিত থাকা 🙏🙏😢
#zubeengarg
#guwahaticity
#deathzubeengarg
#hearttouching
#heartthrob
#assamtrendnews
#assamfamoussinger
#জুবিন
#সৰুসজাই
#assamsevlog
#assamsetrendvideo
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: