ৰৈ ৰৈ বিনালে চাই মানুহে কান্দি কান্দি ওলাই আহিব
Автор: BAARTA LAAP
Загружено: 2025-10-31
Просмотров: 118179
অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই,অসমৰ দুয়োগৰাকী ব্যস্ত শব্দযন্ত্ৰী।
ৰৈ ৰৈ বিনালে ছবিখনৰ কাম কেনেকৈ কৰিলে?
জুবিন গাৰ্গৰ অবৰ্তমানত দুখ আৰু বেদনাৰ মাজত কেনেকৈ কামবোৰ সম্পূৰ্ণ কৰিছিল?
কি অদৃশ্য শক্তিৰ দ্বাৰা সম্পূৰ্ণ কৰিছিল ৰৈ ৰৈ বিনালেৰ কাম!
চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ।
দেৱজিত চাংমাই অসমৰ এজন শব্দযন্ত্ৰী। তেওঁ বৰ্তমান মুম্বাইৰ বাসিন্দা আৰু ৰাজকমল কলামন্দিৰ (ফিউচাৰ ৱৰ্কছ) ষ্টুডিঅ'ত কৰ্মৰত। দেৱজিতে ২০১১ চনত অভিষেক চৌবে পৰিচালিত ইস্কিয়া চলচ্চিত্ৰত কৰা শব্দ-সংযোজনৰ বাবে অ'ডিঅ'গ্ৰাফী শাখাত শ্ৰেষ্ঠ শব্দ-সংযোজনৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁ অসমীয়া ভাষাৰ জীৱন বাটৰ লগৰীকে আদি কৰি ভালেকেইখন হিন্দী, তামিল আৰু তেলুগু ভাষাৰ ছবিত শব্দ সংযোজন কৰিছে। ২০১৩ চনত চাংমায়ে বৰফি বোলছবিত কৰা শব্দ-সংযোজনৰ বাবে শ্ৰেষ্ঠ শব্দ-সংযোজনৰ অপ্সৰা অৰ্থাৎ ষ্টাৰ গীল্ড বঁটা লাভ কৰে।
অমৃত প্ৰীতম এগৰাকী ভাৰতীয় শব্দযন্ত্ৰী। তেওঁ অস্কাৰ বঁটা বিজয়ী শব্দযন্ত্ৰী ৰেচুল পুকুট্টিৰ সৈতে চলচ্চিত্ৰত শব্দ ডিজাইনিঙৰ কাম কৰে। তেওঁ ঘাইকৈ অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষাৰ ছবিত শব্দযন্ত্ৰীৰ কাম কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ একাডেমী অফ মচন পিক্সাৰ আৰ্টছ এণ্ড ছাইন্সেছৰ সদস্য।
#chakrapaniparashar #baartalaap #assamesepodcast #roiroibinale #amritpritam #debajitchangmai #justiceforzubeengarg
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: