ৰাতিপুৱা শুই উঠি এবাৰ কৰক | এটা নিয়ম পালন কৰি সকলো বেমাৰৰ পৰা বাচি থাকক | The Secret Rules of Buddha
Автор: Chitra Ranjan Nath
Загружено: 2026-01-08
Просмотров: 112126
ৰাতিপুৱা শুই উঠি এবাৰ কৰক | এটা নিয়ম পালন কৰি সকলো বেমাৰৰ পৰা বাচি থাকক | The Secret Rules of Buddha
ABOUT THIS VIDEO:
আজিৰ ভিডিঅটোত আপুনি জানিব পাৰিব-
১. গোটেই জীৱন নিৰোগী হৈ থাকিবলৈ গৌতম বুদ্ধই প্ৰয়োগ কৰা ১টা সহজ নিয়ম।
২. সদায় ডেকা হৈ থাকিবলৈ কি গোপন পদ্ধতি প্ৰয়োগ কৰিব লাগে?
৩. চেহেৰা ধুনীয়া আৰু উজ্জ্বল কৰিবলৈ, চুলি শক্তিশালী কৰিবলৈ কি কৰিব লাগে?
৪. গাঁঠিৰ বিষ, কঁকালৰ বিষ, হাত-ভৰিৰ বিষ, মেদবহুলতা, বিপি, ডায়েবেটিছ বা চুগাৰ, গেছ, বদহজম, এচিডিটি, চৰ্দি-কাহ, হৃদৰোগ নহ'বলৈ কি ঘৰুৱা উপায় আছে?
৫. সদায় নজনাকৈয়ে আমি কি ভুল কৰি শৰীৰটোলৈ ৯০ শতাংশ বেমাৰক মাতি আছো?
#GautamBuddha #AyurvedaAssam #HealthTipsAssamese #HealthyLiving #NaturalHealing #AssamHealth #AssameseVideo #Buddhism #VatPittaKapha #IntermittentFasting #AssameseInspirational #LifeChangingTips
YOUR QUERIES:
The Secret Rules of Gautama Buddha
গৌতম বুদ্ধৰ উপদেশ
Gautam Buddha Upodesh
সুস্থ থকাৰ সহজ উপায়
Tips to stay healthy in Assamese
আয়ুৰ্বেদৰ নিয়ম
Ayurveda rules in Assamese
পানী খোৱাৰ সঠিক নিয়ম
Right way to drink water
গেছ-এচিডিটিৰ ঘৰুৱা উপায়
Home remedies for Gastric Acidity
১৬ ঘণ্টাৰ উপবাসৰ লাভ
Benefits of 16 hours fasting
অসমীয়া হেল্থ টিপচ
Assamese health tips
assamese video for health
বাত পিত্ত আৰু কফ
Vata Pitta Kapha balance
ওজন কমোৱাৰ উপায়
Weight loss tips Assamese
সতৰ্কবাণী: এই ভিডিঅ’টোত দিয়া তথ্যসমূহ প্ৰাচীন আয়ুৰ্বেদিক শাস্ত্ৰ আৰু ধৰ্মীয় কাহিনীৰ ওপৰত আধাৰিত। ই কেৱল শিক্ষামূলক আৰু সজাগতাৰ বাবেহে প্ৰস্তুত কৰা হৈছে। কোনো গুৰুতৰ বেমাৰ বা স্বাস্থ্যজনিত সমস্যা থাকিলে অথবা কোনো নতুন জীৱনশৈলী গ্ৰহণ কৰাৰ পূৰ্বে সদায় এজন বিশেষজ্ঞ চিকিৎসক বা আয়ুৰ্বেদ ৰত্নৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়।
Copyright Disclaimer Under Section 107 of the
Copyright Act 1976, allowance is made for "fair use" for
purposes such as criticism, comment, news reporting,
teaching, scholarship, and research. Fair use is a use
permitted by copyright statute that might otherwise be
infringing. Non-profit, educational or personal use tips
the balance in favor of fair use
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: