৩ গগৈৰ আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়েও
Автор: Pratidin Time
Загружено: 2025-12-22
Просмотров: 10908
জুবিন গাৰ্গৰ ভূমিলৈ আহি জুবিন গাৰ্গক স্মৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে। বিজেপি চৰকাৰে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাৰ ষড়যন্ত্ৰ ৰচিছে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বিমান বন্দৰ আদানীক গতালে। ভুৱা প্ৰতিশ্ৰুতিৰে ভোটাৰক উপকৃত কৰাৰ চেষ্টা কৰিছে। কিন্তু আগন্তুক নিৰ্বাচনত ৰাইজে বিজেপিক শিক্ষা দিব। ৩ গগৈৰ এই আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়েও।
#pratidintime #narendramodi #assamcm #zubeengarg
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: