#Sculpture
Автор: DD News Assamese
Загружено: 2025-12-04
Просмотров: 424
📌সুকীয়া শিল্পকলাৰ জৰিয়তে চৰ্চাত এগৰাকী ভাস্কৰ্য শিল্পী।
📌নিৰ্জীৱ কাঠ, গছৰ বাকলি, পেলনীয়া নাৰিকলৰ খোলা আদি সামগ্ৰীও প্ৰাণ পাই উঠে ভাস্কৰ্য শিল্পী দিগন্ত গোহাঁইৰ হাতত।
📌তেওঁৰ প্ৰতিটো শিল্পই যেন বৰ্ণনা কৰে একো একোটা কাহিনী।
#gohpur #sculpture #artist #digantagohain #assam #ddnewsassamese #ddnewsassam
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: