GOAT India Tourত চমু কাৰ্যসূচীৰে ভাৰতলৈ আহিছে আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ’নেল মেছি।
Автор: Assam Talks Digital
Загружено: 2025-12-13
Просмотров: 1787
GOAT India Tourত চমু কাৰ্যসূচীৰে ভাৰতলৈ আহিছে আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ’নেল মেছি। লগত আন দুই তাৰকা লুইছ ছুৱাৰেজ আৰু ৰদ্ৰিগো ডি’পলক। নিশা কলকতাত মেছিৰ বিমানে অৱতৰণ কৰাৰে পৰা অনুৰাগীৰ উছাহ সৰ্বত্ৰ। কিন্তু অথন্তৰ লাগিল ছল্টলক ষ্টেডিয়ামত। আয়োজকৰ ভিৰৰ বাবে প্ৰিয় তাৰকাজনৰ দৰ্শন নাপাই অনুৰাগীয়ে ষ্টেডিয়ামত সৃষ্টি কৰিলে লংকা-কাণ্ড।
#messi #Incident #kolkata #assamtalksdigital
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: