আজি মুকলি হ'ব দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ
Автор: Pratidin Time
Загружено: 2026-01-26
Просмотров: 320
আজি মুকলি হ'ব দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। ৫২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। কলাক্ষেত্ৰৰ পৰা আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #assam #SrimantaSankardevKalakshetra
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: