এইবাৰ বাবু আঁচনিৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে হেনো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।
Автор: Pratidin Time
Загружено: 2025-11-14
Просмотров: 9873
এইবাৰ বাবু আঁচনিৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে হেনো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। চিলাপথাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণী অনুষ্ঠানত ল’ৰাহঁতলৈ মনত পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা।
#pratidintime #himantabiswasarma #assamcm #assamnews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: