গাম আমি হাল্লিলুয়া | Assamese Gospel Song 🎶
Автор: Assam Gospel Melody
Загружено: 2025-08-30
Просмотров: 40273
🎶 গাম আমি হালিলুইয়া যীচুৰে গুন গান | Assamese Gospel Song 🎶
This is a heartfelt Assamese gospel worship song dedicated to our Lord Jesus Christ. The lyrics celebrate His love, peace, truth, and eternal life. Together, let us lift our voices in praise and follow His path of salvation.
✨ Song Highlights:
Message of peace, love, and truth
Reminder that Jesus is the Way, the Truth, and the Life
Call to unite in Hallelujah praise
🙏 Let this song inspire you to walk in faith, receive His grace, and glorify His holy name.
📌 Share this song with your friends and family so they too may rejoice in the love of Jesus.
📌 Don’t forget to Like, Comment, and Subscribe for more Assamese gospel melodies.
#Hallelujah #AssameseGospelSong #JesusChrist #WorshipSong #ChristianSong
https://www.instagram.com/daimarimana...
গাম আমি হাল্লিলুয়া যীচুৰে গুন গান
আহা আমি সবে মিলি যীচুৰ পাছে যাওঁ,
জয়ধ্বনিৰে তুলিম যীচুৰেই নিচান,
হালিলুইয়া একে লগে আকৌ এবাৰ গাওঁ।
শান্তিৰ বাণী আজি তেওঁয়েই আনিলে,
প্ৰেমৰ বাণী আজি তেওঁয়েই বিলালে,
গাম আমি হালিলুয়া যীচুৰে গুন গান
আহা আমি সবে মিলি যীচুৰ পাছে যাওঁ।
যীচুয়েই বাট সত্য আৰু জীৱন,
তেওঁৰ বিনে নগলে যে মুক্তি নাপাই,
অনন্ত জীৱনৰ তেওঁয়েই গৰাকী,
তেওঁৰ বিনে নগলে যে জীৱন নাপাই।
গাম আমি হালিলুইয়া যীচুৰে গুন গান
আহা আমি সবে মিলি যীচুৰ পাছে যাওঁ,
জয়ধ্বনিৰে তুলিম যীচুৰেই নিচান,
হালিইলুয়া একে লগে আকৌ এবাৰ গাওঁ।
এয়েই যে সময় তেওঁক গ্ৰ্হন কৰাৰ,
মুকুতিৰ অমুল্য সোনালী সময়,
তেওঁয়েই যে দয়াময় কেনে মহান,
মানৱৰ বাবে তেওঁ সদায় মহান।
গাম আমি হালিলুইয়া যীচুৰে গুন গান
আহা আমি সবে মিলি যীচুৰ পাছে যাওঁ,
জয়ধ্বনিৰে তুলিম যীচুৰেই নিচান,
হালিলুইয়া একে লগে আকৌ এবাৰ গাওঁ।
Manuranjan Daimari.
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: