ASD Music
Warmest welcome! ♥
We extend our heartfelt love and respect to you. We wish you to join us in our musical journey and would like to inform you that this channel is a unique platform for new Koch Rajbongshi and Assamese creations.
উষ্ম আদৰণি !
আমাৰ তৰফৰ পৰা আপোনালৈ জনাইছো বুকুভৰা মৰম আৰু শ্ৰদ্ধা ৷ আমাৰ সংগীতৰ যাত্ৰাত আপুনিও সংযুক্ত হওক তাৰ মানসেৰে আমি আপোনাক জনাৱ বিচাৰো যে এই চেনেল নতুন কোচ ৰাজবংশী আৰু অসমীয়া সৃষ্টিৰ এক অন্যতম মঞ্চ ৷ আমাৰ সৃষ্টিৰ বৈশিষ্ট্য হৃদয়ৰ পৰা হৃদয়লৈ সংযোগ স্থাপন আৰু মধুৰৰ পৰা মধুৰতমলৈ যোৱাৰ এক অবিৰাম ধাৰা ৷ সদায় নতুন চিন্তা নতুন কাম....
Follow Us on :-
Facebook - ASD Music
Instagram - ASD Music official
For sponsorship & business Enquiries:- [email protected]
ধন্যবাদ ♥♥
দণ্ডবৎ♥