Dada Tumi Amar Howa || A Tribute To Legend Zubeen Da || Sanjit Roy || Dipak Roy ||
Автор: ASD Music
Загружено: 2025-10-21
Просмотров: 118050
Dada Tumi Amar Howa || A Tribute To Legend Zubeen Da || Sanjit Roy || Dipak Roy || @voiceofsanjit
A Tribute to our Beloved Heartthrob Luitkonto Zubeen Garg ( The Voice of Assam). Zubeen Da was not just a king , Zubeen Da was an entire Kingdom. When the Kingdom has fallen , The question of a new king does not arise.
Joy Zubeen Da , You will always live through your art and everything you have done for us .
Produced By
Swapan Jyoti Roy (SJR),
Anichur Rahman (Arif)
Audio Credit:
Title : Dada Tumi Amar Howa
Singer : Sanjit Roy (60017 72279)
Lyricist : Dipak Roy
Music & Tune : Sanjit Roy
Performed By
Sanjit Roy
Dipak Roy
Anichur Rahman(Arif)
Biplob Sen
Videography & Edit : Prime Subho ( Shubhankar Mondal )
Drone : Tapu Roy
Lyrics :
দাদা তুমি অমৰ হোৱা
আমাৰ প্ৰাণৰো প্ৰাণ হৈ ৰোৱা
লুইতকণ্ঠ তুমি লুইতপৰীয়া
আই অসমীৰ গৌৰৱ তুমি
সঁচা অসমীয়া. ৷
তোমাৰ সুৰৰ সৌৰভেৰে
আই অসমীৰ চোতাল আমোলমোল
তোমাৰ সুৰতেই কল্লোলিত
হেজাৰ জনতাৰ কল্লোল..
জাতিভেদৰ সিপাৰে গঢ়িৱ তোমাৰ
সপোনৰ অসমৰ আকাশ
সকলোতে বিয়পিৱ তোমাৰ প্ৰীতিৰ সুবাস
দাদা তুমি অমৰ হোৱা
আমাৰ প্ৰাণৰো প্ৰাণ হৈ ৰোৱা
লুইতকণ্ঠ তুমি লুইতপৰীয়া
আই অসমীৰ গৌৰৱ তুমি
সঁচা অসমীয়া. ৷
মায়াবিনী ৰাতি অকা সুৰৰ চানেকি
তাৰেই আঁচল ধৰি
অসম থাকিৱ জিলিকি
দাদা তুমি অমৰ হোৱা
আমাৰ প্ৰাণৰো প্ৰাণ হৈ ৰোৱা
লুইতকণ্ঠ তুমি লুইতপৰীয়া
আই অসমীৰ গৌৰৱ তুমি
সঁচা অসমীয়া. ৷
Your Queries-
Zubeen Garg song
Zubeen Garg assamese song
Zubeen Garg mayabini
Zubeen Garg bangali song
Zubeen Garg gana
Rajbongshi song new
Rajbongshi song
Rajbongshi song Zubeen Garg
#justiceforzubeengarg
#justiceforzubeenda
#zubeengarg
#tributetozubeengarg
#assamesesong
#music
#zubeengargmusic
#zubeengarghindisong
#asdmusic
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: