AWN MEDIA

AWN Media এক ব্যতিক্ৰমী ইতিবাচক ৱেব নিউজ ৷২০১৮ চনৰ ১৩ এপ্ৰিলৰ পৰা এই ৱেব নিউজটোৱে যাত্ৰা আনুষ্ঠানিক ভাৱে আৰম্ভ কৰিছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমৰ লগত জড়িত ভালেসংখ্যক ব্যক্তিৰ সহযোগত আৰম্ভ হৈছিল AWN Media ৰ যাত্ৰা ।প্ৰধানকৈ খবৰৰ ভিৰৰ মাজত হেৰাই যোৱা কিছুমান ব্যতিক্ৰমী ইতিবাচক খবৰ বুটলি আনি দৰ্শকৰ মাজত বিলাই দিয়াৰ উদ্দেশ্য সন্মুখত ৰাখিয়েই এই ৱেব নিউজটো আৰম্ভ কৰা হৈছে। এজন সচেতন দৰ্শকেও আমালৈ প্ৰয়োজন সাপেক্ষে বাতৰি উপযুক্ত তথ্যসহ প্ৰেৰণ কৰিব পৰা ব্যৱস্হা আমাৰ হাতত আছে ।আমালৈ আপুনি কমেণ্টৰ জড়িয়তে মেচেজ কৰিব পাৰিব । আমি চেষ্টা কৰিম উত্তৰ দিবলৈ । ধন্যবাদ ।