সৃষ্টি প্ৰডাকছন🎥
নমস্কাৰ অসমবাসী ৰাইজ🤗🙏🏻
আমাৰ নতুন চেনেলটিলৈ স্বাগতম জনাইছোঁ৷🙏🏻💐
আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছো যে আগৰটি চেনেল @filmflymusicalstudio ত চুটিছবি কৰাসকলৰ লগতে আমাৰ লগত নিজে সংযোগ ৰাখি অভিনয়ৰ প্ৰতি ইচ্ছুক নতুন প্ৰতিভাৱান সকলক বাছনি কৰি উলিয়াই এই Plateform খনিত web film আৰু web series কৰাৰ সুযোগ দিয়া হ'ব লগতে পাব অসমীয়া জনপ্ৰিয় জেষ্ঠ্য অভিনেতা-অভিনেত্ৰীৰ সৈতে অভিনয় কৰাৰ সোণালী সুযোগ৷আৰু পুনৰ উভতাই নিম আপোনালোকক ভি চি ডি ৰ জোনবাই,জানমণি ৰ দৰে সোণোৱালী দিনবোৰৰ মাজলৈ৷🎞️📺📽️
আমাৰ প্ৰচেষ্টা নৱ প্ৰতিভাৱানসকলৰ প্ৰতিভা বিকাশৰ৷🎭
তেন্তে দেৰি কিহৰ বিশেষ জানিবলৈ এতিয়াই যোগাযোগ কৰক তলত দিয়া নম্বৰত📞👇🏻
1)6901970803
2)8011527725
আমাৰ ভিডি'অ আপলোড কৰাৰ সময় ⏳
সন্ধিয়া ৬.০০ ৰ পৰা ৪.০০ বজাৰ ভিতৰত🕕🕗
Team Sristi Production🎬
🙏🏻ধন্যবাদ🙏🏻
||Time Travels||মনালিছাৰ মৰম🤍||New story||Anirban Kalita||Priyanka||Sasanka Sharma||JusticeForZG||
||AMTB❤️🔥||Episode-2🎬||Secret Crime Master👿||Priyanka Kashyap||Swarangee Kashyap||Sasanka Sekhor||
|"লুটুকণৰ বিয়া"|A new short movie|Mukuta|Anirban|Sasanka Sekhor|Priyanka Kashyap|Srishti production|
||AMTB❤️🔥||Episode-1🎬||Crush Revealed 😳||Priyanka Kashyap||Swarangee Kashyap||Sasanka Sekhor||
|মৰমৰ চেনাইধন|MoromorSenaidhon|ANewBihuShortMovie|Subrat|Anirban|Priyanka|Sasanka|SrishtiProduction|
"অনুৰাগ মাথোঁ তোমাৰ বাবে"|OFFICIAL TRAILER|ASSAMESE WEB SERIES|PRIYANKA|SASANKA|SRISHTI PRODUCTION|